চাকৰি
তেজপুৰ বিশ্ববিদ্যালয়ত হিচাপ পৰীক্ষক বিষয়া নিযুক্তি
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে আভ্যন্তৰীণ হিচাপ পৰীক্ষক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালীপদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ ৫০বছৰতকৈ অধিক হ'ব নালাগিব।।
নিযুক্তিৰ স্থানঃ তেজপুৰ। আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৭-২০২০।
আৰু চাব পাৰেঃ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, তেজপুৰত অধ্যাপক নিযুক্তি়

