তেজপুৰ বিশ্ববিদ্যালয়ত হিচাপ পৰীক্ষক বিষয়াৰ প্ৰয়োজন

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে আভ্যন্তৰীণ হিচাপ পৰীক্ষক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
তেজপুৰ বিশ্ববিদ্যালয়ত হিচাপ পৰীক্ষক বিষয়াৰ প্ৰয়োজন
Published on: 

খালীপদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ৫০বছৰতকৈ অধিক হ'ব নালাগিব।

নিযুক্তিৰ স্থানঃ তেজপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৭-২০২০।

সবিশেষ জানিবলৈ http://www.tezu.ernet.in/Admin/Advt_No_08_2020_NT_Details.pdfচাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com