চাকৰি
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিত্ত ব্যৱস্থাপনা বিশেষজ্ঞ নিযুক্তি
তেজপুৰ বিশ্ববিদ্যালয়ে জিলা পৰ্যায়ৰ বিত্ত ব্যৱস্থাপনা বিশেষজ্ঞ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ২১টা।
বয়সৰ সীমাঃ ০১-০১-২০২০-ত ৩৩ বছৰতকৈ কম।
শিক্ষাগত অৰ্হতাঃ এম কম।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ অনলাইন সাক্ষাতকাৰ।
http://www.tezu.ernet.in-ৰ জৰিয়তে আবেদন জনাব পাৰিব।