টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্স, গুৱাহাটীত, পদখালী

টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্স, গুৱাহাটীত, নিম্ন বিভাজনৰ মহৰীৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্স, গুৱাহাটীত, পদখালী
Published on: 

পদৰ নাম : নিম্ন বিভাজনৰ মহৰী

খালী পদৰ সংখ্যা : ০৩ (UR - ০২, ST - ০১)

দৰমহা : দ্বিতীয় স্তৰৰ দৰমহা

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৩/১০/২০২১

আবেদনৰ মাছুল : UR/ OBC/ EWS - ১,০০০ টকা

SC/ ST/ PWD ( দিব্যাং) - ৫০০টকা

মহিলা - নিল

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী (অভিযান্ত্ৰিক বাদ দি) হ'ব লাগিব।

• ইংৰাজী লিখনি খৰতকীয়া হ'ব লাগিব (@৩৫ wpm)।

• সুচাৰু ৰূপে কম্পিউটাৰ চলাব পাৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিক অনুষ্ঠানৰ অফিচিয়েল ৱেবচাইট নতুন অধিসূচনাৰ বাবে নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

ৱেবচাইট : www.tiss.edu

বাছনি প্ৰক্ৰীয়ন সাক্ষাৎকাৰ যোগে অনুষ্ঠিত কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com