টাটা ইনষ্টিটিউট অৱ ছছিয়েল ছায়েন্স, গুৱাহাটীত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
টাটা ইনষ্টিটিউট অৱ ছছিয়েল ছায়েন্স, গুৱাহাটীত পদখালী
Published on: 

টাটা ইনষ্টিটিউট অৱ ছোচিয়েল চায়েন্স, গুৱাহাটীত নিম্ন বৰ্গৰ সহায়কৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : নিম্ন বৰ্গৰ সহায়ক।

খালী পদৰ সংখ্যা : ০৩ (UR - ০২, ST - ০১)

দৰমহা : দ্বিতীয় স্তৰৰ দৰমহা

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৩/১০/২০২১

আবেদনৰ মাছুল : UR/ OBC/ EWS - ১,০০০ টকা

SC/ ST/ PWD ( দিব্যাং) - ৫০০টকা

মহিলা - নিল

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী (অভিযান্ত্ৰিক বাদ দি) হ'ব লাগিব।

• ইংৰাজী লিখনি খৰতকীয়া হ'ব লাগিব (@৩৫ wpm)।

• সুচাৰু ৰূপে কম্পিউটাৰ চলাব পাৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিক অনুষ্ঠানৰ অফিচিয়েল ৱেবচাইট নতুন অধিসূচনাৰ বাবে নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

ৱেবচাইট : www.tiss.edu

বাছনি প্ৰক্ৰীয়ন সাক্ষাৎকাৰ যোগে অনুষ্ঠিত কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com