অধ্যাপক নিযুক্তিৰ বাবে টি আই এছ এছৰ আবেদন আহ্বান

টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সে অধ্যাপক(প্ৰফেচৰ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অধ্যাপক নিযুক্তিৰ বাবে টি আই এছ এছৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ৭টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, মুম্বাই হায়দৰাবাদ।

আবেদনঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হ'ব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২০।

সবিশেষ জানিবলৈ www.tiss.edu চাওক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com