Begin typing your search above and press return to search.

টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সেছৰ প্ৰকল্প প্ৰৱন্ধক নিযুক্তি

টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সেছে প্ৰকল্প প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সেছৰ প্ৰকল্প প্ৰৱন্ধক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Feb 2022 10:25 AM GMT


টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সেছৰ বিষয়েঃ

১৯৩৬-ত ছাৰ দোৰাবজী টাটা গ্ৰেজুৱেট স্কুল অৱ ছ'চিয়েল ৱৰ্কৰূপে টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সেছ প্ৰতিষ্ঠা কৰা হয়। ১৯৪৪-ত টাটা ইনষ্টিটিউট অৱ ছোচিয়েল ছায়েন্সৰূপে এই প্ৰতিষ্ঠানৰ পুনৰ নামাকৰণ কৰা হয়। ১৯৫৬ৰ বিশ্ববিদ্যয়ালয় অনুদান আয়োগ (ইউ জি চি) আইন মতে, এই প্ৰতিষ্ঠানক ডীমড বিশ্ববিদ্য়ালয়ৰ স্বীকৃতি প্ৰদান কৰাটো এটা উল্লেখনীয় ঘটনা আছিল। প্ৰতিষ্ঠানখনক এই স্বীকৃতি ১১৯৬৪-ত প্ৰদান কৰা হয়। প্ৰতিষ্ঠাৰ সময়ৰে পৰা এই প্ৰতিষ্ঠান উচ্চ শিক্ষাৰ ক্ষেত্ৰত উতকৰ্ষতাৰ কেন্দ্ৰৰূপে চিহহ্নিত হৈ আহিছে। এই প্ৰতিষ্ঠানে সামাজিক দায়িত্বও সূচাৰুৰূপে পালন কৰি আহিছে।


টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সেছৰ নিযুক্তি-২০২২ঃ

টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সেছে প্ৰকল্প প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ


পদৰ নাম

প্ৰকল্প প্ৰৱন্ধক।

খালী পদৰ সংখ্যা

০১ টা।

বয়সৰ সীমা

উল্লেখ কৰা হোৱা নাই

দৰমহা

প্ৰতি মাহে ৪০ হেেজাৰ টকাা।

চাকৰিৰ অৱস্থান

মুম্বাই (মহাৰাষ্ট্ৰ)।

অন্তিম তাৰিখ

২৫ ফেব্ৰুৱাৰী, ২০২২।

আবেদন মাচুল

তথ্য উপলব্ধ নহয়।

ৱেবছাইট

tiss.edu

শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:

প্ৰাৰ্থী যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিিব।

অভিজ্ঞতাৰ বিশদঃ

সংশ্লিষ্ট ক্ষেত্ৰতৰ প্ৰকল্পৰ কামত প্ৰাৰ্থীৰ ন্যূনতম ৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ নিয়মঃ

প্ৰথমে চি আই এছ এছৰ ৱেবছাইট tiss.edu চাব।

তাৰ পাছতে আপুনি আবেদন কৰিব বিচৰা পদৰ Recruitment or Careers চাব।

আবেদন প্ৰ-পত্ৰ পূৰণৰ পূৰ্বে শেষ তাৰিখ লক্ষ্য কৰিব।

কোনো ভুল নোহোৱাকৈ সাৱধানেৰে আবেদন পত্ৰ পূৰণ কৰিব।

অহা ২৫ ফেব্ৰুৱাৰীৰ বিতৰত পোৱাকৈ tiss-nha-pfizer@tiss.edu-লৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব।


আৰু চাব পাৰে :গোৱা পি.এছ.চি. নিযুক্তি ২০২২ - ০১ মুখ্য বৈদ্যুতিক অভিযন্তা খালী পদ


Next Story
চাকৰি