Begin typing your search above and press return to search.

ত্ৰিপুৰা লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান

পদৰ সবিশেষ তথা অৰ্হতা, দৰমহা আদিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

ত্ৰিপুৰা লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান

RaktimBy : Raktim

  |  28 Aug 2021 12:10 PM GMT

ত্ৰিপুৰা লোকসেৱা আয়োগে খাদ্য সুৰক্ষা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : খাদ্য সুৰক্ষা বিষয়া ।

পদ : ০১টা।

দৰমহা : ১০,২৩০ - ৩৪,৮০০টকা ( মাহিলী)

ঠিকনা : আগৰতলা, ত্ৰিপুৰা

অন্তিম তাৰিখ : ২৩/০৯/২০২১

বয়স : ১৮ - ৪০ বছৰ

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা খাদ্য প্ৰযুক্তিবিদ্যা/ দুগ্ধজাত প্ৰযুক্তিবিদ্যা/ জৈৱ প্ৰযুক্তিবিদ্যা/ তৈল প্ৰযুক্তিবিদ্যা/ কৃষি বিজ্ঞান/ জন্তু বিজ্ঞান/ জৈৱ ৰসায়ন বিজ্ঞান/ অনুজীৱ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব নতুবা ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী/ BUMS/ BSMS/ MBBS/ BAMS/ BHMS/ BDS কৰা হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ আয়োগৰ ৱেবচাইটৰ জৰিয়তে অহা ২৪ ছেপ্টেম্বৰ ২০২১ তাৰিখৰ আগত দাখিল কৰিব পাৰে। আবেদন পত্ৰৰ সৈতে প্ৰাৰ্থী সকলে নিজৰ প্ৰয়োজনীয় নথি পত্ৰ আপলোড কৰিব লাগিব আৰু লগত ২৫টকাৰ আবেদন মাছুল প্ৰেৰণ কৰিব লাগিব।

Next Story