অসমৰ পৰিবহন বিভাগত কনিষ্ঠ সহায়কৰ পদখালী

অসমৰ পৰিবহন বিভাগত কনিষ্ঠ সহায়কৰ পদখালী

ৰাজ্যৰ পৰিবহন বিভাগে কনিষ্ঠ সহায়ক(মুখ্য কাৰ্যালয় পৰ্যায়ৰ)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

খালী পদৰ সংখ্যাঃ ৮টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯,০০০টকা।

বয়সৰ সীমাঃ ১ জানুৱাৰী, ২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব। প্ৰাৰ্থীৰ জন্ম ০১-০১-২০০২ৰ পূৰ্বে আৰু ০১-০১-১৯৮২ৰ পাছত হব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উচ্চ সীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু কম্পিউটাৰ নিৰ্ভৰ পৰীক্ষাৰ জৰিয়তে। পৰীক্ষা দুটা পৰ্যায়ত অনুষ্ঠিত হব।

আবেদনৰ SLPRB-ৰ ৱেবছাইট www.slprbassam.inৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ https://slprbassam.in/pdf/RecruitmentNotice2020/Advertisement%20-TPT%2015-07-2020.pdfচাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com