খাদ্য সুৰক্ষা বিষয়া নিয়ুক্তি ত্ৰিপুৰা লোকসেৱা সেৱা আয়োগৰ

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
খাদ্য সুৰক্ষা বিষয়া নিয়ুক্তি ত্ৰিপুৰা লোকসেৱা সেৱা আয়োগৰ
Published on: 

ত্ৰিপুৰা লোকসেৱা সেৱা আয়োগেখাদ্য সুৰক্ষা বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।  ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : খাদ্য সুৰক্ষা বিষয়া।

খালী পদৰ সংখ্যা : ০৮টা

বয়স : ১৮ - ৪০বছৰ

দৰমহা : ১০,২৩০/- টকা - ৩৪,৮০০/- টকা, মাহিলী

পদৰ অৱস্থান : আগৰতলা, ত্ৰিপুৰা

ৱেবছাইট : tripura.gov..in

আবেদনৰ অন্তিম তাৰিখ : ২৬/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো  চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা খাদ্য প্ৰযুক্তিবিদ্যা/ তৈল্য প্ৰযুক্তিবিদ্যা/ কৃষি বিজ্ঞান/ পশুচিকিৎসা বিজ্ঞান/ জৈব্য - ৰসায়ন বিজ্ঞান বা ৰসায়ন বিজ্ঞান বিষয়ত পোষ্ট গ্ৰেজুৱেট বা BUMS/BSMS/MBBS/BAMS/BHMS BDS ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীসকলে  নিজ আবেদন পত্ৰ অনলাইন যোগে ত্ৰিপুৰা সাৰ্ব্বজনিক সেৱা আয়োগ, আগৰতলাৰ অফিচিয়েল ৱেবচাইট যোগে দাখিল কৰিব পাৰিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com