ত্ৰিপুৰা বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগী-২ আৰু কাৰিকৰী সহায়ক নিযুক্তি

এই পদৰ বাবে বয়স, অৰ্হতা, আবেদন গ্ৰহণৰ শেষ তাৰিখ আদিৰ বিষয়ে তলত সবিশেষ তথ্য পাবঃ
ত্ৰিপুৰা বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগী-২ আৰু কাৰিকৰী সহায়ক নিযুক্তি
Published on

ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ বিষয়েঃ ত্ৰিপুৰা বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয়ৰ এটা স্নাতকোত্তৰ শাখাৰূপে ১৯৭৬ত স্থাপন কৰা হয়। ১৯৮৭ত এই বিশ্ববিদ্য়ালয়ে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্বীকৃতি অৰ্জন কৰে। পৰৱৰ্তী সময়ত ২০০৭ত এই বিশ্ববিদ্যালয়ক কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। ত্ৰিপুৰাৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ লোকক সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই বিশ্ববিদ্যালয় স্থান কৰা হৈছে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত ত্ৰিপুৰা বিশ্ববিদ্যালয় অৱস্থিত। 

ত্ৰিপুৰা বিশ্ববিদ্যালয়ে প্ৰকল্প সহযোগী-২ আৰু কাৰিকৰী সহায়ক নিযুক্তিৰ বাবে শেহতীয়াভাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। 

 আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে ইচ্ছ্যুক  প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে। 

এই পদৰ বাবে বয়স, অৰ্হতা, আবেদন গ্ৰহণৰ শেষ তাৰিখ আদিৰ বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

পদসমূহঃ 

প্ৰকল্প সহযোগী-১

খালী পদৰ সংখ্যাঃ ১টা। 

দৰমহাঃ মাহিলী ৩১ হেজাৰ টকাৰ লগতে ৮ শতাংশ ঘৰভাড়া বানচ। 

শিক্ষাগত অৰ্হতাঃ প্ৰথম শ্ৰেণীসহ ফাৰ্মাচিউটিকেল কেমেষ্ট্ৰী বা ফাৰ্মাষ্টিকচৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। 

কাৰিকৰী সহায়ক। 

খালী পদৰ সংখ্যাঃ ১ টা।

দৰমহাঃ মাহিলী ২০ হেজাৰ টকাৰ লগতে ৮ শতাংশ ঘৰভাড়া বানচ।

শিক্ষাগত অৰ্হতাঃ বি-ফাৰ্ম বা ৰসায়ন বিজ্ঞানৰ স্নাতক ডিগ্ৰী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-১১-২০২১। 

আবেদন প্ৰক্ৰিয়াঃ মৌখিক সাক্ষাতকাৰ। 

মৌখিক সাক্ষাতকাৰঃ অহা  ১২ নৱেম্বৰ দিনৰ ১১ বজাৰ পৰা মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত হব। 

সাক্ষাতকাৰৰ স্থানঃ "HOD, Department of Pharmacy, Block-A, Academic Building-XI, Tripura University, Suryamaninagar-799022, Tripura (W)।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com