ত্ৰিপুৰা বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগী-১ৰ পদখালী

ত্ৰিপুৰা বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগী-১ৰ পদখালী

ত্ৰিপুৰা বিশ্ববিদ্যালয়ে প্ৰকল্প সহযোগী-১ৰ পদত নিয়োগৰ বাবে মৌখিক সাক্ষাতকাৰ অনুষ্ঠিত কৰিবলৈ লৈছে।
Published on

খালী পদৰ সংখ্যাঃ ০১ টা।

নিযু্ক্তিৰ স্থানঃ আগৰতলা।

দৰমহাঃ মাহিলী ২৫ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম ৫৫ শতাংশ নম্বৰসহ মানুহৰ শৰীৰবিদ্যা বা বায়োটেকনোলজী বা লাইফ ছায়েন্সছত এম এছ চি হ'ব লাগিব।

কৰ্মঃঅভিজ্ঞতাঃ প্ৰাণীৰ কলাকৰ্ষণ, কোষৰ চোৱাচিতা আদি কামৰ অভিজ্ঞতা বিচৰা হব পাৰে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৬-২০২১।

আবেদনৰ নিয়মঃ প্ৰয়োজনীয় সকলো নথিপত্ৰৰ কপি সহ বায়োডাটা, আবেদন পত্ৰসহ অহা ২৫ জুনৰ বিয়লি ৩ বজাত "Department of Human Physiology, Tripura University-ত অনুষ্ঠিত হবলগা সাক্ষাতকাৰত " উপস্থিত থাকিব পাৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com