ইউৰেনিয়াম নিগম লিমিটেডৰ চাকৰিৰ আবেদন আহ্বান

ইউৰেনিয়াম নিগম লিমিটেডে গ্ৰেজুৱেট অপাৰেচনেল ট্ৰেইনী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ইউৰেনিয়াম নিগম লিমিটেডৰ চাকৰিৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ৪টা।

দৰমহাঃ ২৯,৯৯০টকাৰ পৰা ৩৩,৯৯৪টকা।

বয়সৰ সীমাঃ অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৩০ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৭-২০২০।

সবিশেষ জানিবলৈ http://www.ucil.gov.in/job.html চাওক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com