খালী পদৰ সংখ্যাঃ ১১টা।
শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী অথবা অৰ্থনীতি বা বাণিজ্য (পৰিসংখ্যা এটা বিষয়ৰূপে থাকিব লাগিব)ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।
অভিজ্ঞতাঃ দুবছৰৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।
দৰমহাঃ ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০ টকা।
কেনেদৰে আবেদন জনাব পাৰিবঃ অহা ১৭-০৬-২০২০ লৈকে আবেদন জনাব পাৰিব।
ঠিকনাঃ প্ৰয়োজনীয় নথিপত্ৰৰ হাৰ্ডকপি Secretary, University Grants Commission, Bahadurshah Zafar Marg, New Delhi – 110002 এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।
সবিশেষ জানিবলৈ https://www.ugc.ac.in/pdfnews/4372320_SSA-Job-Advertisement.pdf চাওক।