Begin typing your search above and press return to search.
গুৱাহাটীত আধাৰ কৰ্তৃপক্ষৰ সহকাৰী শাখা বিষয়া নিযুক্তি
গুৱাহাটীত আধাৰ কৰ্তৃপক্ষই সহকাৰী শাখা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হব লাগিব।
কাৰ্যালয়ৰ ঠিকনাঃ Assistant Director.General (HR), Unique Identification Authority of India (UIDAI). Regional Office, Block-V, 1st Floor, Housefed Complex, Dispur, Guwahati -781006 ।
প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।
কৰ্ম অভিজ্ঞতাঃ প্ৰশাসন/আইন/প্ৰতিষ্ঠাপন/মানৱ সম্পদ/বিত্ত/গণনা/বাজেট প্ৰস্তুতকৰণ/তদাৰকী/সংগ্ৰহ/পৰিকল্পনা আৰু নীতি প্ৰস্তুতকৰণ/প্ৰকল্প ৰূপায়ন আৰু নিৰীক্ষণ/ই-গৱৰ্ণেন্স আদি।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ উত্তৰ-পূব সীমান্ত ৰেলৱেত এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন আহ্বান
Next Story