আধাৰ কৰ্তৃপক্ষ (UIDAI)-ত পদখালী
পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ

ভাৰতীয় একক পৰিচয়পত্ৰ প্ৰদানকাৰী কৰ্তৃপক্ষ(UIDAI)-ত সহকাৰী সঞ্চালকৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : সহকাৰী সঞ্চালক ।
খালী পদৰ সংখ্যা : ০১৭টা ।
বয়স : ৫৬বছৰ
দৰমহা : ১,২৩,১০০ - ২,১৫,৯০০টকা, (মাহিলী)।
অৱস্থান : নতুন দিল্লী, ভূপাল, হাইদৰাবাদ, ভুৱনেশ্বৰ, বেংগালুৰু, থিৰুবন্থাপুৰাম, গুৱাহাটী, ৰাঁচী, পাটনা, কলকাতা, গুজৰাট
অন্তিম তাৰিখ : ২৮/০৯/২০২১
আবেদনৰ মাছুল : ২০০টকা
শিক্ষাগত অৰ্হতা :
এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অভিযান্ত্ৰিক বিষয়ত স্নাতক তথা কম্পিউটাৰ এপ্লিকেচনত স্হনাতকোত্তৰ হ'ব লাগিব।
কৰ্ম অভিজ্ঞতা :
বৃহত্তম প্ৰকল্পৰ সমাকৰণ আৰু ৰূপায়ণ, ই - গভাৰ্নেন্স আৰু জ্ঞান আৰু যোগাযোগ সম্বন্ধীয় প্ৰকল্পৰ সৈতে অভিজ্ঞ হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্য ৰূপত, প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।
ঠিকনা : UIDAI প্ৰতিষ্ঠান, বাংলা চাহিব পথ, কালি মন্দিৰৰ পিছফালে, গ'ল বজাৰ, নতুন দিল্লী - ১১০০০১।