গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত শাখা বিষয়াৰ প্ৰয়োজন

আধাৰ কৰ্তৃপক্ষ(UIDAI)-ই গুৱাহাটীত শাখা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত শাখা বিষয়াৰ প্ৰয়োজন

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হব লাগিব।

ঠিকনাঃ Assistant Director.General (HR), Unique Identification Authority of India (UIDAI). Regional Office, Block-V, 1st Floor, Housefed Complex, Dispur, Guwahati -781006 ।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com