Begin typing your search above and press return to search.

গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত শাখা বিষয়াৰ প্ৰয়োজন

আধাৰ কৰ্তৃপক্ষ(UIDAI)-ই গুৱাহাটীত শাখা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত শাখা বিষয়াৰ প্ৰয়োজন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Aug 2020 9:17 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হব লাগিব।

ঠিকনাঃ Assistant Director.General (HR), Unique Identification Authority of India (UIDAI). Regional Office, Block-V, 1st Floor, Housefed Complex, Dispur, Guwahati -781006 ।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অল ইণ্ডিয়া ৰেডিঅ'ৰ গুৱাহাটীৰ সম্পাদনা শাখাত নিযুক্তি

Next Story