Begin typing your search above and press return to search.
গুৱাহাটীত আধাৰ কৰ্তৃপক্ষত শাখা বিষয়াৰ পদখালী
আধাৰ কৰ্তৃপক্ষ(UIDAI)-ই গুৱাহাটীত শাখা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ কম হব লাগিব।
কাৰ্যালয়ৰ ঠিকনাঃ Assistant Director.General (HR), Unique Identification Authority of India (UIDAI). Regional Office, Block-V, 1st Floor, Housefed Complex, Dispur, Guwahati -781006 ।
প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিক।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ সশস্ত্ৰ সীমা বলত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান
Next Story