UNDP নিযুক্তি-২০২২ঃ কনছালটেণ্টৰ পদ খালী

ৰাষ্ট্ৰ সংঘৰ উন্নয়ন কৰ্মসূচী (UNDP)-এ কনছালটেণ্ট( ইণ্ডিভিজুৱেল কনছালটেণ্ট) নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলৰ পৰা আবেদন বিচাৰিছে।
UNDP নিযুক্তি-২০২২ঃ কনছালটেণ্টৰ পদ খালী
Published on

UNDP-এ ইণ্ডিভিজুৱেল কনছালটেণ্ট নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে । ইচ্ছ্যুক তথা আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে ।

UNDP নিযুক্তি-২০২২ঃ

UNDP-এ ইণ্ডিভিজুৱেল কনচালটেণ্ট নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালীপদৰ সংখ্যা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাব।

পদৰ নাম

ইণ্ডিভিজুৱেল কনচালটেণ্ট

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই

দৰমহা

প্ৰকাশ পোৱা নাই

চাকৰিৰ অৱস্থান

নতুন দিল্লী

অন্তিম তাৰিখ

২২-১০-২০২২

অফিচিয়েল ৱেবছাইট

http://in.undp.org/

শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থীসকলৰ স্নাতক ডিগ্ৰী থাকিবই লাগিব।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অনলাইন ।

আবেদনৰ নিয়মঃ

in.undp.org-ৰ পৰা আবেদন জনাব পাৰিব ৷

UNDP-ৰ বিষয়েঃ পৃথিৱী গ্ৰহটোক ৰক্ষাৰ সমান্তৰালভাৱে দৰিদ্ৰতা নাশ, অসমতা দূৰীকৰণ আদিৰ উদ্দেশ্য UNDP-এ ১৭০ খন দেশত কাম কৰি আছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com