UNDP-এ ইণ্ডিভিজুৱেল কনছালটেণ্ট নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে । ইচ্ছ্যুক তথা আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে ।
UNDP নিযুক্তি-২০২২ঃ
UNDP-এ ইণ্ডিভিজুৱেল কনচালটেণ্ট নিযুক্তিৰ বাবে জাননী প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালীপদৰ সংখ্যা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাব।
পদৰ নাম |
ইণ্ডিভিজুৱেল কনচালটেণ্ট |
খালী পদ |
নিৰ্দিষ্টকৈ উল্লেখ নাই |
দৰমহা |
প্ৰকাশ পোৱা নাই |
চাকৰিৰ অৱস্থান |
নতুন দিল্লী |
অন্তিম তাৰিখ |
২২-১০-২০২২ |
অফিচিয়েল ৱেবছাইট |
http://in.undp.org/ |
শিক্ষাগত অৰ্হতাঃ
প্ৰাৰ্থীসকলৰ স্নাতক ডিগ্ৰী থাকিবই লাগিব।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অনলাইন ।
আবেদনৰ নিয়মঃ
in.undp.org-ৰ পৰা আবেদন জনাব পাৰিব ৷
UNDP-ৰ বিষয়েঃ পৃথিৱী গ্ৰহটোক ৰক্ষাৰ সমান্তৰালভাৱে দৰিদ্ৰতা নাশ, অসমতা দূৰীকৰণ আদিৰ উদ্দেশ্য UNDP-এ ১৭০ খন দেশত কাম কৰি আছে।