ৰাষ্ট্ৰসংঘৰ উন্নয়ন কৰ্মসূচীত প্ৰতিনিধিৰ পদ খালী

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কৰ্মসূচী( ইউ এন ডি পি)য়ে উপ প্ৰতিনিধি( Deputy Country Representative) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰসংঘৰ উন্নয়ন কৰ্মসূচীত প্ৰতিনিধিৰ পদ খালী
Published on: 

ৰাষ্ট্ৰসংঘৰ উন্নয়ন কৰ্মসূচী( ইউ এন ডি পি)য়ে উপ প্ৰতিনিধি( Deputy Country Representative) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।

পদ নাম - উপ প্ৰতিনিধি (Deputy Country Representative)।

নিযুক্তিৰ স্থান- সমগ্ৰ ভাৰতত

আবেদন গ্ৰহণৰ শেষ তাৰিখ - ৩১/০৮/২০২১

শিক্ষাগত অৰ্হতা:

উক্ত পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীসকল যিকোনো স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব ।

কেনেদৰে আবেদন কৰিব:

আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ১০ আগষ্টৰ পৰা ৩১ আগষ্ট ২০২১ তাৰিখে বা তাৰ আগতে অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com