ইউনিয়ন বেংক অৱ ইণ্ডিয়াত সহকাৰী প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন আহ্বান

এই বিষয়ে অধিক তথ্য তলত পাব।
ইউনিয়ন বেংক অৱ ইণ্ডিয়াত সহকাৰী প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on: 

ইউনিয়ন বেংক অৱ ইণ্ডিয়াই সহকাৰী প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।  

পদঃ

সহকাৰী প্ৰৱন্ধক।

খালী পদৰ সংখ্যাঃ ১৪৬টা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে ন্যূনতম ৬০ শতাংশ নম্বৰসহ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন সময়ৰ দুবছৰীয়া এম বি এ / পি জি ডি বি এ / পি জি ডি বি এম / পি জি বি এম থাকিব লাগিব। এম বি এত বিত্ত / আন্তৰ্জাতিক ব্যৱসায়ত স্পেচিয়োলাইজেচন থাকিব লাগিব।

বয়সৰ সীমাঃ ন্যূনমত ২০ বছৰৰ পৰা ৩০ বছৰ।

দৰমহাঃ মাহিলী ৩৬ হেজাৰ টকাৰ পৰা ৬৩,৮৪০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখ- ২৪-০৯-২০২১।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীঃ ৮৫০ টকা।

এছ চি, এছ টি আৰু বিশেষভাবে সম৭ প্ৰাৰ্থীৰ আবেদন মাচুল নাই।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com