ইউনিয়ন বেংক অৱ ইণ্ডিয়াত প্ৰৱন্ধকৰ পদখালী

ইয়াৰ বিষয়ে সবিশেষ তথ্য তলত পাব।
ইউনিয়ন বেংক অৱ ইণ্ডিয়াত প্ৰৱন্ধকৰ পদখালী
Published on: 

ইউনিয়ন বেংক অৱ ইণ্ডিয়াই প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদঃ ৩৪৭টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ অধীনত চি এ, স্নাতক, বি ই বা বি টেক, এম বি হব লাগিব।

বয়সৰ সীমাঃ ০১-০৪-২০২১ত ২০ৰ পৰা ৪০ বছৰৰ ভিতৰত।

দৰমহাঃ ৩৬ হেজাৰ টকাৰ পৰা ৬৩,৮৪০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪ ছেপ্টেম্বৰ, ২০২১। অনলাইন আবেদন মুকলিৰ তাৰিখঃ ১৮-০৮-২০২১।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত ৮৫০টকা । এছ চি-এছ টিৰ ক্ষেত্ৰত নাই।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

এই বেংকৰ ৱেবছাইট unionbankofindia.co.in-ৰ পৰা আবেদন জনাব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com