Begin typing your search above and press return to search.

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ত পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ত পদখালী

RaktimBy : Raktim

  |  25 Aug 2021 8:25 AM GMT

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ত পৰামৰ্শদাতাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : পৰামৰ্শদাতা

খালী পদৰ সংখ্যা : ০২টা।

দৰমহা : ৮০,০০০ - ১,২০,০০০ টকা( মাহিলী)

বয়স : ৬৩ বছৰ

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/০৮/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী নিজৰ আবেদন পত্ৰ নিম্নোক্ত কাৰ্যালয়লৈ অন্তিম তাৰিখ ২৫ আগষ্ট ২০২১ৰ আগত পঠাব পাৰিব।

ঠিকনা : CHEB, কটলা ৰোড, মাতা সুন্দৰী মহাবিদ্যালয়ৰ বিপৰীতে, নতুন দিল্লী, ১১০০০২।

মেইল : dir.cheb@nic.in

Next Story
চাকৰি