কেন্দ্ৰীয় লোকসেৱা আয়োগৰ উপ-কেন্দ্ৰীয় চোৰাংচোৱা বিষয়া নিযুক্তি

এই বিষয়ে তলত সবিশেষ তথ্য পাব।
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ উপ-কেন্দ্ৰীয় চোৰাংচোৱা বিষয়া নিযুক্তি

পদঃ

উপ-চোৰাংচোৱা বিষয়া (Deputy Central Intelligence Officer)

খালী পদৰ সংখ্যাঃ ১০টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্ৰনিকছ আৰু টেলিকমিউনিকেচন বা কম্পিউটাৰ ছায়েন্স বা কম্পিউটাৰ ইঞ্জিনীয়াৰিঙৰ বি ই অথবা বি টেক বা বি এছ চি (ইঞ্জিনীয়াৰিং) ডিগ্ৰীধাৰী হব লাগিব। অথবা ইলেকট্ৰনিকচ বা টেলিকমিউনিকেচনসহ পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

বয়সক সীমাঃ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখ-৩০-০৯-২০২১।

দৰমহাঃ ইউ পি এছ চিৰ নিয়ম অনুসৰি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com