কেন্দ্ৰীয় লোকসেৱা আয়োগৰ এন ডি এ/এন এ পৰীক্ষাৰ আয়োজন

কেন্দ্ৰীয় লোকসেৱা আয়োগ( ইউ পি এছ চি)-এ এন ডি এ আৰু নেভেল একাডেমী (এন এ) পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লৈছে।
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ এন ডি এ/এন এ পৰীক্ষাৰ আয়োজন
Published on

মুঠ খালী পদৰ সংখ্যাঃ ৪০০টা। ইয়াৰে ৩৭০টা এন ডি এৰ আৰু ৩০ টা নেভেল একাডেমীৰ।

অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আয়োগৰ ৱেবছাইট upsc.gov.in চাব পাৰে।

আবেদন প্ৰক্ৰিয়াঃ অনলাইন।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৬-২০২১।

নিযুক্তিৰ স্থানঃ ভাৰতৰ যিকোনো স্থানত।

আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০০ টকা। এছ চি-এছ টি আৰু জে চি অ, এন চি অ আৰু অ আৰৰ সন্তানে আবেদন মাচুল দিব নালাগে।

শিক্ষাগত অৰ্হতাঃ প্ৰ্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ অধীনত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

আবেদন প্ৰক্ৰিয়াঃ আবেদন জনাবলৈ upsc.gov.in চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com