চাকৰি
সহকাৰী সচিব নিয়োগৰ বাবে ইউ পি এছ চিৰ আবেদন আহ্বান
কেন্দ্ৰীয় লোকসেৱা আয়োগ(ইউ পি এছ চি)-এ সহকাৰী সচিব নিয়োগৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ১টা।
নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰত।
বয়সৰ সীমাঃ সৰ্বোচ্চ ৩০ বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।
সবিশেষ জানিবলৈ https://upsc.gov.in/whats-new/06%20-%202020 চাওক।