Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা অনুষ্ঠান, অৰুণাচল প্ৰদেশত, পদখালী

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা অনুষ্ঠান, অৰুণাচল প্ৰদেশত, পঞ্জীয়কৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা অনুষ্ঠান, অৰুণাচল প্ৰদেশত, পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Sep 2021 9:06 AM GMT

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : পঞ্জীয়ক

খালী পদৰ সংখ্যা : ০১

বয়স : ৫৬বছৰ

দৰমহা : দৰমহা স্তৰ : ১৪

১,৪৪,২০০ - ২,১১,৮০০টকা, মাহিলী

নিযুক্তিৰ স্থান : অৰুণাচল প্ৰদেশৰ, ভাৰত

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০১/১১/২০২১


শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ ৫৫% নম্বৰ সহ নতুবা UGCৰ ৭ দশমকিয় হাৰত 'B' গ্ৰেড সহ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

অভিজ্ঞতা : সহকাৰী অধ্যাপকৰ পদত নূন্যতম ১৫বছৰীয়া অভিজ্ঞতা AGP ৭, ০০০টকা সহ থাকিব লাগিব নতুবা ৮বছৰীয়া অভিজ্ঞতা AGP ৮,০০০টকা সহ হ'ব লাগিব নতুবা তাতোকৈ উচ্চ স্তৰৰ সৈতে ৩বছৰীয়া সহযোগী অধ্যাপকৰ অভিজ্ঞতা কোনো শিক্ষাগত প্ৰশাসনত থাকিব লাগিব বা সমতুল্য অভিজ্ঞতা কোনো গৱেষণা প্ৰতিষ্ঠানত/ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত, বা ১৫বছৰীয়া প্ৰসাশনীয় অভিজ্ঞতা, যাৰ ৮বছৰ উপপঞ্জীয়ক বা তাৰ সমতুল্য কোনো পদৰ হ'ব লাগিব, লগত GP নূন্যতম ৭,৬০০টকা।

আকাংক্ষিত : পৰিচালনা অভিযন্তা/কম্পিউটাৰাইজদ প্ৰশাসনত আইন অভিজ্ঞতা/ আইনসম্মত/ প্ৰতিষ্ঠাপন সম্বন্ধীয় বিষয়ত আৰ্হতাপ্রাপ্ত।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ, NOC আদি উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : পঞ্জীয়ক, ৰাষ্ট্ৰীয় প্ৰযুক্তবিদ্যা অনুষ্ঠান, অৰুণাচল প্ৰদেশ।

Next Story
চাকৰি