Begin typing your search above and press return to search.

ভেনটেজ চাৰ্কলত ৱেব ডেভেলপাৰ পদৰ বাবে নিযুক্তি 2020

vantage circle

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 May 2020 12:00 PM GMT

ভেনটেজ চাৰ্কলত ৱেব ডেভেলপাৰ পদৰ বাবে নিযুক্তি 2020

ৱেব ডেভেলপাৰ পদৰ বাবে গুৱাহাটী অৱস্থিত ছয় মাইলৰ ভেনটেজ চাৰ্কলত ইচ্ছুক প্ৰাৰ্থীৰ বাবে নিযুক্তি বিচাৰিছে ।

পদৰ নাম: ৱেব ডেভেলপাৰ

পদৰ সংখ্যা - ০৫

স্থান- ছয়‌ মাইল,‌গুৱাহাটী ।

অৰ্হতা - বি টেক/এম চি এছ/এম এছ চি ( কম্পিউটাৰ চাইঞ্চ) চি এছ ফাউণ্ডামেন্টেলৰ অভিজ্ঞতা MySql আৰু DB ৰ অভিজ্ঞতা

কেনেদৰে আৱেদন জনাব : ইচ্ছুক প্ৰাৰ্থীয়ে বায়ডাটা careers@vantagecircle.com . পঠাব পাৰিব ।

অন্তিম তাৰিখ: ৩১/০৫/২০২০


Next Story
চাকৰি