Begin typing your search above and press return to search.

এইবাৰ বলিউডত খোজ পেলাব বৰুণ ধাৱনৰ ভতিজী অঞ্জিনীয়ে

বৰুণৰ লেখীয়াকৈ অঞ্জিনীয়েও কৰণ জোহৰৰ জৰিয়তেই বলিউডৰ মায়াজগতত খোজ পেলাব।

এইবাৰ বলিউডত খোজ পেলাব বৰুণ ধাৱনৰ ভতিজী অঞ্জিনীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 6:21 AM GMT

এইবাৰ বলিউডত আত্মপ্ৰকাশ ঘটাবলৈ সাজু হৈছে বৰুণ ধাৱনৰ ভটিজী অঞ্জিনী ধাৱনে। কৰণ জোহৰৰ 'ষ্টুডেণ্ট অৱ দা ইয়েৰ'ৰ সৈতে বৰুণ ধাৱানৰ বলিউডত সবল আত্মপ্ৰকাশ ঘটে। সম্প্ৰতি তেওঁৰ ভতিজী অঞ্জিনীকো একাংশ পৰিচালক-প্ৰয়োজকে ছবিৰ বাবে বিচাৰিছে। ইতিমধ্যে ছবিত অভিনয়ৰ বাবে প্ৰস্তুতিৰ আৰম্ভ কৰিছে গ্লেমাৰ গাৰ্ল অঞ্জিনীয়ে।

২০২২ চনৰ শেষৰ ফালে বা ২০২৩ চনৰ আৰম্ভণিতে তেওঁক পৰ্দাত দেখিবলৈ পোৱা যাব পাৰে। বৰুণৰ লেখীয়াকৈ অঞ্জিনীয়েও কৰণ জোহৰৰ জৰিয়তেই বলিউডৰ মায়াজগতত খোজ পেলাব।

Next Story
চাকৰি