WAPCOS-লিমিটেডত কনিষ্ঠ সহায়কৰ পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
WAPCOS-লিমিটেডত কনিষ্ঠ সহায়কৰ পদখালী

WAPCOS-লিমিটেডে  কনিষ্ঠ সহায়ক (বিত্ত) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

খালী পদ-বিভিন্ন ।

দৰমহা-১৯,০০০ টকা – ৬৬,০০০/- (প্ৰতি মাহে) ।

বয়স -২১ ৰ পৰা ২৫ বছৰ ।

আবেদন প্ৰক্ৰিয়া- অফলাইন ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ০৫/১০/২০২১ ।

নিযুক্তিৰ স্থান-সমগ্ৰ ভাৰতত ।

ৱেবছাইট -wapcos.gov.in।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীসকলে ভাৰতৰ এখন স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা বি.কম (নিয়মীয়া ) ডিগ্ৰীধাৰী হ'ব লাগিব ।

আইএনডি এএছ/ বেলেন্স শ্বীট প্ৰস্তুতি /একাউণ্ট/ জিএছটি/ আয়কৰৰ অভিজ্ঞতাসম্পন্ন হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে আৱেদন প্ৰপত্ৰখন অতুল মেণ্ডিৰাট্টা (মুখ্য প্ৰৱন্ধক (বিত্ত) ৱাপকোছ লিমিটেড প্লট নং ৭৬-চি, প্ৰতিষ্ঠানিক এলেকা, খণ্ড-১৮, গুৰুগ্ৰাম, হাৰিয়ানা ১২২০১৫ আৰু ইমেইললৈ প্ৰেৰণ কৰিব লাগিব: ala@wapcos.co.in

বাছনি প্ৰক্ৰিয়া-সাক্ষাৎকাৰ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com