Begin typing your search above and press return to search.

পশ্চিম মণ্ডল ৰেলৱেত গ্ৰুপ চি পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব।

পশ্চিম মণ্ডল ৰেলৱেত  গ্ৰুপ চি পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Sep 2021 6:19 AM GMT

পশ্চিম মণ্ডল ৰেলৱেই গ্ৰুপ চি খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য পাব।

পদৰ নাম -গ্ৰুপ চি ।

খালী পদ-২১টা ।

নিযুক্তিৰ স্থান- সমগ্ৰ ভাৰতত ।

দৰমহা -১৯, ৯০০– ৯২,৩০০/- টকা (প্ৰতি মাহে )।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ০৩/০৯/২০২১।

বয়স -১৮-২৫ বছৰ ।

আবেদন মাচুল- সাধাৰণ প্ৰাৰ্থী: ৫০০/- টকা অনুসূচিত জাতি/ অনুসূচিত জনজাতি/ পিডব্লিউডি/মহিলা প্ৰাৰ্থী/প্ৰাক্তন সৈনিক:২৫০/- টকা ।

পৰিশোধৰ পদ্ধতি: অনলাইন ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দ্বাদশ, ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব।

আবেদন প্ৰক্ৰিয়া- আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ০৪-০৮-২০২১ ৰ পৰা ০৩ ছেপ্টেম্বৰ ২০২১ লৈ।পশ্চিম মণ্ডল ৰেলৱেৰ অফিচিয়েল ৱেবছাইট wr.indianrailways.gov.in অনলাইনত আবেদন কৰিব পাৰিব ।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি