Begin typing your search above and press return to search.

মহিলা সমাজ কল্যাণ বিষয়া নিযুক্তি

নগাঁৱত মহিলা সমাজ কল্যাণ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

মহিলা সমাজ কল্যাণ বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2020 10:32 AM GMT

খালী পদৰ সংখ্যাঃ ০১টা।

চাকৰিৰ স্থানঃ নগাঁও।

বয়সৰ সীমাঃ ০১-০৪-২০২০২-ত সৰ্বোচ্চ ৩৫ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

আবেদনৰ নিয়মঃ অহা ১৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ নগাঁৱৰ জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি