Begin typing your search above and press return to search.

ৱৰ্ল্ড ৱাইড ফাণ্ডৰ ভাৰত শাখাত নিযুক্তিৰ বাবে আবেদন আহ্বান

ৱৰ্ল্ড ৱাইড ফাণ্ডৰ ভাৰত শাখাত জেষ্ঠ কৰ্মসূচী বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৱৰ্ল্ড ৱাইড ফাণ্ডৰ ভাৰত শাখাত নিযুক্তিৰ বাবে আবেদন আহ্বান

RaktimBy : Raktim

  |  14 Aug 2021 5:49 AM GMT

ৱৰ্ল্ড ৱাইড ফাণ্ডৰ ভাৰত শাখাত জেষ্ঠ কৰ্মসূচী বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : জেষ্ঠ কৰ্মসূচী বিষয়া।

দৰমহা : কামৰ ভিত্তিত

নিযুক্তিৰ স্থান : ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৫/৮/২০২১

আবেদনৰ প্ৰক্ৰিয়া : অনলাইন

অৰ্হতা :

যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

ইচ্ছুক প্ৰাৰ্থীয়ে ১১/৮/২০২১ৰ পৰা ২৫/৮/২০২১ তাৰিখৰ ভিতৰত আবেদন পত্ৰ অনলাইন যোগে দাখিল কৰিব লাগিব। অসম্পূৰ্ণকৈ পূৰণ কৰা আবেদনপত্ৰ নাকচ কৰা হ'ব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

Next Story
চাকৰি