Begin typing your search above and press return to search.

অইল ইণ্ডিয়া লিমিটেডৰ লোহৰ পাইপ জব্দ

অইল ইণ্ডিয়া লিমিটেডৰ লোহৰ পাইপ জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Sep 2018 10:02 AM GMT

তিনিচুকীয়াৰ ভীমপাৰা নৰসিংহ গাঁওৰ এটি ডেম্পত অইল ইণ্ডিয়া লিমিটেডৰ লোহৰ পাইপ উদ্ধাৰ কৰে তিনিচুকীয়া আৰক্ষীয়ে । বিশেষ সূত্ৰৰ যোগেদি জানিব পৰা মতে শুকুৰবাৰৰ নিশা তিনিচুকীয়াৰ ভীমপাৰা নৰসিংহ গাঁওৰ এটি লোহৰ ডেম্পত এই অইল ইণ্ডিয়া লিমিটেডৰ লোহৰ পাইপ সমূহ আনিছিল । ডেম্পটোৰ মালিকৰ নাম হৈছে দেবু আগৰৱালা । বৰ্তমান তিনিচুকীয়া সদৰ থানাই ডেম্পৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ এই সন্দেহজনক পাইপ সমূহ জব্দ কৰে। এনে অসাধু ব্যৱসায় সকলৰ ওপৰত প্ৰশাসনৰ কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হব ।

Next Story
চাকৰি