অক্ষয়ৰ কন্যা নিতাৰা লৈ জন্মদিনৰ শুভেচ্ছা বানী

অক্ষয়ৰ কন্যা নিতাৰা লৈ জন্মদিনৰ শুভেচ্ছা বানী
Published on

বলীউদৰ অন্যতম অভিনেতা অক্ষয় কুমাৰৰ কন্যা নিতাৰাৰ জন্মদিন উপলক্ষে অক্ষয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে এক সুন্দৰ শুভেচ্ছা বানী ।তলত অক্ষয়ৰ ইনষ্টাৰ যোগেদি সংগ্ৰহ কৰা ফটো প্ৰকাশ কৰা হ'ল…………

https://www.instagram.com/p/BoJY161gY98/?hl=en&taken-by=akshaykumar

আনহাতে মাতৃ তথা অক্ষয়ৰ পত্নী টুইংকল খান্নাইও ইনষ্টাৰ জৰিয়তে শুভেচ্ছা জনালে কন্যা নিতাৰাক ।

https://www.instagram.com/p/BoJxBfGAFcf/?hl=en&taken-by=twinklerkhanna

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com