অগপত যোগদান যুৱ কংগ্ৰেছী কিশোৰ হাজৰিকাৰ

অগপত যোগদান যুৱ কংগ্ৰেছী কিশোৰ হাজৰিকাৰ
Published on

নলবাৰী জিলাৰ যুৱ নেতা কিশোৰ হাজৰিকাই কংগ্ৰেছ দল এৰি অসম গন পৰিষদৰ গুৱাহাটী আমবাৰীস্থিত মুখ্যকাৰ্য্যালয়ত দলটোৰ সভাপতি কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত অগপ দলত যোগদান কৰে।হাজৰিকাৰ লগতে বহুকেইগৰাকী খেলুৱৈ আৰু সাংস্কৃতিক কৰ্মীয়েও জাতিয়তাবাদী দলতোত যোগদান কৰে।অনুস্থানত বিধায়ক প্ৰবীন্দ্ৰ ডেকা,সাধাৰন সম্পাদক ডাঃ কমলা কলিতা,পশুধন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়াৰ লগতে দলটোৰ বহুসংখ্যক নেতা-কৰ্মী উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com