Begin typing your search above and press return to search.
অজয় দেৱগনে আৰম্ভ কৰিলে 'টান্নাজী' ছবিৰ শ্বুটিং

অজয় দেৱগনে নতুন ছবি 'টান্নাজী' ৰ শ্বুটিংৰ কাম আৰম্ভ কৰিছে। অজয়ে দেৱগনে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে ফটো,য'ত দেখিবলৈ পোৱা গৈছে যে অভিনেতা জনে পূজা কৰি থকা এক দৃশ্য । ছবি খন ভাৰতৰ বুৰঞ্জী মুলক চুবেদাৰ টান্নাজী মালুচাৰে' যুদ্ধৰ সময়ৰ ওপৰত আধাৰিত কৰি নিৰ্মান কৰা হৈছে । তলত ছবি খনৰ শ্বুটিং আৰম্ভ কৰাৰ আগত পূজা কৰাৰ ফটো প্ৰকাশ কৰা হ'ল…………
Next Story