অনুষ্কা শৰ্মাৰ পৰিধিত সাব্যাশাচ্চিৰ শাৰী,ফটো

অনুষ্কা শৰ্মাৰ পৰিধিত সাব্যাশাচ্চিৰ শাৰী,ফটো
Published on

বলীউদ ষ্টাৰ অনুষ্কা শৰ্মা বৰ্তমান ব্যস্ত আছে নতুন ছবি 'চুই ধাগা মেড ইন ইণ্ডিয়া' প্ৰমোচনৰ কামত ।কিন্তু ইয়াৰ মাজতো ক্ৰিকেট খেলুৱৈ বিৰাট কোহলিৰ সুন্দৰ সময় খিনিত কোহলিৰ সৈতে দেখা পোৱা গ'ল। আমি সকলোৱে জানো,বিৰাটে লাভ কৰিছে খেল ৰত্ন বটাঁ,আৰু এই বটাঁ বিতৰনী অনুষ্ঠানত অনুষ্কাক দেখা গ'ল বিৰাটৰ সৈতে,অতি সুন্দৰ ভাৱে পৰিধান কৰিলে সাব্যাশাচ্চিয়ে ডিজাইন কৰা টুসাৰ জিঅৰগেট শাৰী। কানত পিন্ধিছে সাব্যাশী হেৰিটেজ জুৱেলেৰীৰ ২২কেৰেট সোনৰ পল্কি কানফুলি । তলত সুন্দৰী তাৰকা গৰাকীৰ ফটো প্ৰকাশ কৰা হ'ল ,,,,,

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com