Begin typing your search above and press return to search.

অবৈধ কাঠৰ মিল জব্দ

অবৈধ কাঠৰ মিল জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:01 AM GMT

যোৱা বৃহস্পতিবাৰে তামুলপুৰ বন বিভাগৰ সৈতে গুৱাহাটীৰ ২৪নম্বৰ এছএছবি বেটেলিয়ানৰ সহযোগত এক অভিযানৰ জৰিয়তে লাটিবাৰী গাঁও আৰু সৰু বালিচিহা গাঁওৰ দুটাকৈ অবৈধ কাঠৰ মিল জব্দ তথা বন্ধ কৰে।

গোপন তথ্যানুসৰি বন বিভাগৰ বিষয়া ফুকন ডেকাৰ নেতৃত্বত আৰু এটা দলৰ সহায়ত যোৱা বৃগস্পতিবাৰে এক অভিযানত মিল দুটা বন্ধ কৰে।অভিযানৰ সময়ত বন বিভাগে ভিন্ন যন্ত্ৰ-পাতি,ব্লেড আৰু অন্যান্য কাঠৰ লগত জড়িত সামগ্ৰী মিলটোৰ পৰা উদ্ধাৰ কৰে।বন বিভাগৰ পৰা জানিব পৰা মতে,জব্দ হোৱা সামগ্ৰী খিনিৰ মুল্য প্ৰায় ৩,০০,০০০ লাখ।

Next Story
চাকৰি