যোৱা শুক্ৰবাৰে বঙাইগাঁও আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে বহু পৰিমাণৰ সুৰা জব্দ কৰে।বঙাইগাঁৱ আৰক্ষীৰ অচি বিজিত দাধৰাই জানিব দিয়া মতে প্ৰায় ২৯৬ কাৰ্টুন অবৈধ সুৰা জব্দ কৰে।