গুৱাহাটীৰ এটা কাৰ্বন কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত নৱজ্যোতি পাটগিৰি (২৮)নামৰ লোকজনক শনিবাৰে নিশা গুৱাহাটীৰ পৰা আহি গোৱালপাৰা ৰেল ষ্টেচনত গাড়ীৰ বাবে ৰৈ থকা অৱস্থাত লুট-পাত কৰে।দুজন যুৱকৰ লগত চাহ খোৱাৰ পাছতে অজ্ঞান হৈ পৰে।ৰেল আৰক্ষীয়ে গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰে।চোৰে তেওঁৰ লেপটপ,মোবাইল,সোনৰ আঙঠি,এটিএমৰ লগতে ১লাখ টকাৰ সামগ্ৰী লুটি নিয়ে।যুৱক দুজনে চাহৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই দিয়া বুলি ধাৰনা কৰিছে।
Begin typing your search above and press return to search.