Begin typing your search above and press return to search.

অমেৰিকাৰ দুই অৰ্থনীতিবিদলৈ অৰ্থনীতিৰ নোবেল বঁটা

অমেৰিকাৰ দুই অৰ্থনীতিবিদলৈ অৰ্থনীতিৰ নোবেল বঁটা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2018 2:27 PM GMT

২০১৮ চনৰ সন্মানীয় অৰ্থনীতিৰ নোবেল বঁটা আমেৰিকাৰ উইলিয়াম ডি. নৰঢৌছ আৰু প’ল এম. ৰ’মাৰলৈ ঘোষণা কৰিছে । আলফ্ৰেড নোবেলৰ সন্মানৰ্থে প্ৰদান কৰা নোবেল বটা প্ৰত্যেক বছৰে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অবদানৰ বাবে ৰয়েল চুইডিছ বিজ্ঞান একাডেমীয়ে প্ৰদান কৰি আহিছে । অমেৰিকাৰ অৰ্থনীতিবিদ ক্ৰমে উইলিয়াম ডি. নৰঢৌছয়ে climate economics আৰু প’ল এম. ৰ’মাৰে endogenous growth theory ক্ষেত্ৰখনত আগবঢ়োৱা অবদানৰ বাবে এই সন্মানীয় বঁটা লাভ কৰিছে ।

Next Story
চাকৰি