Begin typing your search above and press return to search.

অসমত অসমীয়াভাষী জনসংখ্যা ক্ৰমান্নয়ে হ্ৰাস পোৱাত অসম সাহিত্য সভাৰ উদ্বিগ্নতা প্ৰকাশ

অসমত অসমীয়াভাষী জনসংখ্যা ক্ৰমান্নয়ে হ্ৰাস পোৱাত অসম সাহিত্য সভাৰ উদ্বিগ্নতা প্ৰকাশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2018 1:15 PM GMT

অসম সাহিত্য সভা আৰু সাতটা জনজাতীয় সাহিত্য সন্থাই আজি গুৱাহাটীত অসমীয়াভাষী জনসংখ্যা ক্ৰমান্নয়ে হ্ৰাস পোৱাৰ বিষয়ত অলোচনাত মিলিত হয়।অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয় যে অসমত অসমীয়াভাষী লোকৰ সংখ্যা ৪৮.৩৮ শতাংশলৈ হ্ৰাস পাইছে যিতো অসমবাসীৰ বাবে অতি পৰিত্ৰানৰ বিষয়।অসম সাহিত্য সভাই অসম চৰকাৰক গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জড়িয়তে অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তাৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে।বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু জনপ্ৰিয়তা হব লাগিব নহলে ২০১১ৰ লোকপিয়লৰ পাছত অসমীয়াভাষী জনসংখ্যা হবগৈ মাত্ৰ ২৫ শতাংশ।

Next Story
চাকৰি