Begin typing your search above and press return to search.

অসমত জন্ম হ’ল এটা নতুন ৰাজনৈতিক দল

অসমত জন্ম হ’ল এটা নতুন ৰাজনৈতিক দল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2018 11:06 AM GMT

এখন সেউজ সমৃদ্ধিশালী আত্মনিৰ্ভৰশালী সুন্দৰ অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ বহুকেইগৰাকী আগশাৰী বুদ্ধিজীৱীৰ পৰামৰ্শ অনুসৰি গঠন কৰা হ’ল ‘অসম নিৰ্মাণ দল’ নামৰ এটা ৰাজনৈতিক দল।দলটোৱে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ১৪খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্য ৰখাৰ লগতে ২০২১চনৰ বিধানসভা নিৰ্বাচনতো ৰাজ্যৰ ১২৬টা সমষ্টিত প্ৰাৰ্থী আগবঢ়াব বুলিও সংবাদমেলত সদৰী কৰে । ইয়াৰ উপৰিও ২০২১ চনত হ'বলগীয়া নিৰ্বাচনত অসমত চৰকাৰ গঠন কৰিব বুলি আশা কৰে দলটোৱে। বিদেশ তথা আমেৰিকা, কানাডাত বাস কৰা অসমীয়া সকলৰ পৰা সাহাৰ্য্য আনিব এই নতুন দলটোৱে। ২৯ আগষ্টত গুৱাহাটীত নতুন দলটোৰ জাতীয় অভিৱৰ্তন আয়োজন কৰা হ'ব।

Next Story
চাকৰি