Begin typing your search above and press return to search.

অসমত বৃদ্ধি পোৱা অপৰাধ আৰু অপহৰণক লৈ উদ্দেগ প্ৰকাশ সংসদীয় সমিতিৰ

অসমত বৃদ্ধি পোৱা অপৰাধ আৰু অপহৰণক লৈ উদ্দেগ প্ৰকাশ সংসদীয় সমিতিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 9:09 AM GMT

অসমত দিনকদিনে বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্য্যক লৈ উদ্দেগ প্ৰকাশ কৰিছে প্ৰাক্তন গৃহমন্ত্ৰী পি চিতাম্বৰমৰ নেতৃত্বধীন সংসদীয় সমিতিয়ে।চিতাম্বৰমে কয় যে সমগ্ৰ দেশৰ ভিতৰতে অসমত অপহৰণ,ধৰ্ষণ আদিৰ দৰে অপৰাধমূলক ঘটনা সংঘটিত হৈছে।মহিলা অপহৰণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে শীৰ্ষত অসম বুলি ঘোষনা কৰিছে দেশৰ সংসদীয় সমিতিয়ে।অপৰাধীৰ ৰম্যভূমিলৈ পৰিনত অসম মুলুকত অপহৰণ অপৰাধী ৮০ শতাংশ মহিলা অপৰহণৰ লগত জড়িত।কংগ্ৰেছ সাংসদ পি চিদাম্বৰমৰ নেতৃত্বত থকা গৃহ বিভাগৰ সংসদীয় সমিতিৰ সদ্য প্ৰকাশিত ৰিপৰ্টৰ মতে সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ দিয়াৰ লগতে কিয় অসমত ইমান মহিলা অপহৰণৰ ঘটনা সংঘটিত হৈছে সেয়া চালিজাৰি চাবলৈ আহ্বান জনাইছে।সংসদীয় সমিতিয়ে গভীৰ উদ্দেগ প্ৰকাশ কৰি কয় যে ২০১৬ চনৰ আগত আৰু ২০১৬ চনত মহিলা নিৰ্যাতন গোচৰত জড়িত ৮১ শতাংশ গোচৰেই মহিলা অপহৰণৰ লগত জড়িত।

Next Story
চাকৰি