কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে অসমৰ তত্বাৱধায়ক হিচাপে নিযুক্তি দিয়া হৰিশ ৰাৱট আজি অসমলৈ আহিব ।অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়ক হৰিশ ৰাৱট।বিয়লি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰে মিলিত হ’ব বৈঠকত। ইয়াৰ উপৰিও কংগ্ৰেছৰ সাংসদ–বিধায়কৰ সৈতেও আলোচনাত মিলিত হ’ব তত্বাৱধায়ক হৰিশ ৰাৱট ।
Begin typing your search above and press return to search.