Begin typing your search above and press return to search.

অসমৰ এনআৰচি সম্পৰ্কত সংবাদমেল সম্বোধন বিজেপি সভাপতি অমিত শ্বাহৰ

অসমৰ এনআৰচি সম্পৰ্কত সংবাদমেল সম্বোধন বিজেপি সভাপতি অমিত শ্বাহৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:13 AM GMT

ভাৰতীয় জনতা পাৰ্টী দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সংবাদমেলৰ আয়োজন কৰি কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সংবাদ মাধ্যমত ৪০ লাখ লোকক বিদেশী ঘোষনা কৰিছে বুলি খবৰ ওলাইছে।কোনো ভাৰতীয় লোকৰ শংকাৰ কোনো কাৰন নাই,প্ৰকাশ পোৱা এনআৰচি খন খচৰাহে,চূড়ান্ত নহয়।বাদ পৰা সকলে আবেদন আৰু দাবী উত্থাপন কৰিব পাৰিব তাৰ পাছতহে চূড়ান্ত খচৰা প্ৰকাশ হব। প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ পৰা কোনোকাৰনতে বাদ নপৰে।সভাপতিজনে লগতে কয় কংগ্ৰেছ দলেই আৰম্ভ কৰিছিল এনআৰচিৰ কাম আৰু বিজেপিয়ে শেষ কৰিব।

Next Story
চাকৰি