অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ ৰিচাৰ্ছ ফেল’ৰ পদ খালী
পদৰ নামঃ জুনিয়ৰ ৰিচাৰ্ছ ফেল’ ৷
অৰ্হতাঃ এমএচচি,এমএফএচচি
খালী হৈ থকা পদৰ সংখ্যাঃ ০২৷
দৰমহাঃ প্ৰতিমাহে ২৫০০০ টকা
অভিজ্ঞতাঃ ০-১
নিযুক্তিৰ ঠাইঃ গুৱাহাটী
আবেদনৰ শেষ তাৰিখঃ ২৪/০৫/২০১৯
এই সন্দৰ্ভত অধিক জানিবলৈঃ ক্লিক কৰক ৷