Begin typing your search above and press return to search.

অসম চুক্তিৰ এক ইঞ্চিও সালসলনি হবলৈ নিদিয়ে সদৌ অসম ছাত্ৰ সন্থাই

অসম চুক্তিৰ এক ইঞ্চিও সালসলনি হবলৈ নিদিয়ে সদৌ অসম ছাত্ৰ সন্থাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 July 2018 6:12 AM GMT

সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে যে অসম চুক্তিৰ সন্নিবিষ্ট হৈ অসমৰ বাংলাদেশী প্ৰৱজন সমস্যাৰ বিষয়ে কোনোপধ্যেই কোনোধৰনৰ সালসলনি কৰাতো বাদেই এক ইঞ্চিও সলনি হবলে দিয়া নহব।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে ২০১৫ চনৰ পৰা ভাৰতত বসবাস কৰি থকা বিদেশী লোকৰ ক্ষেত্ৰত দফা,নিয়ম আদি সলনি কৰাৰ বাবে ৰাজনৈতিক ষড়যন্ত্ৰ চলি আহিছে,এতিয়া বাংলাদেশী নাগৰিকক দিঘলীয়া ভিজা দিয়াৰ কথা চলি আছে।বাংলাদেশীক কাম কৰাৰ প্ৰমানপত্ৰ প্ৰদানৰ কথা নাগৰিক সংশোধনী বিধেয়ক ২০১৬ত সন্নিবিষ্ট হৈ আছে।আমি এই জাতিধংসী বিধেয়ক খন বিৰুধীতা কৰি অসম চুক্তিৰ এক ইঞ্চিও সলনি হবলৈ দিয়া নহব।

Next Story
চাকৰি